ক্রীড়া-জগত

ওদালগুৰিত নলখামৰাত ফুটবল প্ৰতিযোগিতাত কবিৰালীৰ জয়

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ নলখামৰাত অংকুৰজ্যোতি ক্লাৱৰ উদ্যোগত স্বৰ্গীয় চম্বৰ ৰাভা আৰু আৱেৰি ৰাভাৰ সোৱঁৰণত ফুটৱল খেলৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

খেলখন কবিৰালী আৰছু আৰু জেৰুচালম এফ চিৰ মাজত অনুষ্ঠিত হৈ যায়। উক্ত খেলখনত কবিৰালী আৰছুয়ে জেৰুচালম এফ চিক ৬-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।