৩৯ অভাৰত ২৬৭ ৰান সংগ্ৰহ ইংলেণ্ডৰ।৩ টা উইকেট হেৰুৱাই ইংলেণ্ডে সংগ্ৰহ কৰিছে এই ৰান।বৰ্তমান ক্ৰীজত আছে এছ বাটলাৰ আৰু ই ম'ৰ্গান।বাটলাৰে ২২টা বলত ২৯ ৰান সংগ্ৰহ কৰিছে।ইফালে, ম'ৰ্গানে ১৩ ৰান সংগ্ৰহ কৰিছে ১৫টা বলত।