ক্রীড়া-জগত

ভাৰত-ৱেষ্টইণ্ডিজৰ প্ৰথম এদিনীয়া, টছত জিকি বলিঙৰ সিদ্ধান্ত বিৰাট কোহলীৰ

asomiyapratidin
  • গুৱাহাটীত ভাৰত-ৱেষ্টইণ্ডিজৰ এদিনীয়া৷
  • টছত জিকিল ভাৰতীয় দল৷
  • টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ৷
  • ভাৰতীয় দলৰ বিজয় প্ৰত্যাশাত দৰ্শকৰ ভিৰ বৰ্ষাপাৰা ষ্টেডিয়ামত৷