ক্রীড়া-জগত

মল্লযুঁজত বিনেশৰ সোণৰ পদক

asomiyapratidin
  • মল্লযুঁজত ভাৰতৰ সোণৰ পদক।
  • বিনেশ ফোগতৰ প্ৰথমটো স্বৰ্ণ পদক এছিয়ান গেমছত।
  • মহিলাৰ ৫০ কি.গ্ৰা. শাখাত এই পদক।
  • জাপানৰ প্ৰতিদ্বন্দী য়ুকি ইৰেক পৰাভূত কৰিলে বিনেশে।