ক্রীড়া-জগত

২ টা বছৰৰ বাবে খেলপথাৰত দেখা নাপাব বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ ছাকিবক…

asomiyapratidin

ডিজিটেল ডেস্কঃ বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ ছাকিব অল হাছানক ২ টা বছৰৰ বাবে দেখা নাপাব খেলপথাৰত। বাংলাদেশ ক্ৰিকেট বৰ্ডে দুবছৰৰ বাবে অলৰাউণ্ডাৰ খেলুৱৈগৰাকীৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰনুসৰি মেচত হোৱা ফিক্সঙৰ খবৰ লুকুৱাৰ অপৰাধত বাংলাদেশ ক্ৰিকেট বৰ্ডে লৈছে এই সিদ্ধান্ত।