ক্রীড়া-জগত

ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড

asomiyapratidin
  • ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড।
  • প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়াই বান্ধি দিয়া ২৮৬ ৰানৰ লক্ষ্যত উপনীত হোৱাত বিফল আয়োজক দলটো।
  • ৪৪ অভাৰ ৪ টা বলত ইংলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২২১ ৰান।
  • মেচখনত অষ্ট্ৰেলিয়া জয়ী হৈছে ৬৪ ৰানত।
  • অষ্ট্ৰেলিয়াৰ হৈ সৰ্ব্বোচ্চ ১০০ ৰান সংগ্ৰহ কৰে এৰ'ন ফিন্সে।
  • অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক জেচন বেহৰেণড্ৰফে লাভ কৰে ৫ টা উইকেট।
  • ইংলেণ্ডৰ হৈ সৰ্ব্বোচ্চ বেন ষ্টকচে সংগ্ৰহ কৰে ৰান।