এছিয়ান গেমছত ভাৰতৰ আৰু এটা পদক।পুৰুষৰ শ্বুটিঙত এই পদক জয়।ৰূপৰ পদক জয় কৰিলে শ্বুটাৰ লক্ষয় শ্বিঅৰনে।লক্ষয়ৰ এই সাফল্যৰ পিছত ভাৰতৰ পদকৰ সংখ্যা ৪টালৈ বৃদ্ধি।এই পৰ্যন্ত ভাৰতে লাভ কৰিছে এটা স্বৰ্ণ, ২টা ৰূপ আৰু ১টা ব্ৰঞ্জ।