ক্রীড়া-জগত

টকিঅ’ অলিম্পিকঃ আৰ্চেৰীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ অতনু দাসৰ…

asomiyapratidin
  • পুনৰ টকিঅ'ৰ পৰা আহিল এক ভাল খবৰ।
  • আৰ্চেৰীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় খেলুৱৈ অতনু দাসে।
  • চীনৰ খেলুৱৈ টাইপিছ ডেংগ ইউ-চেংগক ৩২ ৰাউণ্ডৰ মেচত পৰাস্ত কৰে অতনু দাসে।