ক্রীড়া-জগত

প্ৰাক্তন ক্ৰিকেটাৰ অজিত ৱাডেকাৰ নিধন

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক অজিত ৱাডেকাৰ আৰু নাই।

৭৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল ৱাডেকাৰে।

১৯৪১চনৰ ১ এপ্ৰিলত জন্ম হৈছিল ক্ৰিকেটাৰগাৰীক। তেওঁ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ ১৯৬৬ৰ পৰা ১৯৭৪চনলৈ।