ক্রীড়া-জগত

ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ আফগানিস্তানৰ বিৰুদ্ধে বাংলাদেশ…

asomiyapratidin
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ সোমবাৰৰ মেচত বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত আফগানিস্তান।
  • টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত আফগানিস্তানৰ।
  • বাংলাদেশে ১৫ অভাৰত সংগ্ৰহ কৰে ৭৪ ৰান।
  • ১টা উইকেট হেৰুৱাই বাংলাদেশে সংগ্ৰহ কৰে এই ৰান।
  • বাংলাদেশৰ বেটছমেন লতিন দাসে ১৭টা বলত ১৬ৰান সংগ্ৰহ কৰি আউট হয়।
  • বৰ্তমান ক্ৰীজত আছে তামিম ইকবাল আৰু ছকিব এল হাছান।