ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন এদিনীয়া।প্ৰথমে বেটিং কৰি ৫০ অভাৰত সংগ্ৰহ কৰে ২৪৩ ৰাণ।২৪৪ ৰাণৰ লক্ষ্যৰে খেলপথাৰত নামিছে টীম ইণ্ডিয়া।ভাৰতৰ ৰোহিত শৰ্মা আৰু শিখৰ ধৱন বৰ্তমান মজুত ক্ৰীজত।ইতিমধ্যে ৫ খন খেলত ২-০ অগ্ৰগতিত ভাৰত।