উত্তৰ-পূব

ৱৰ্ল্ড কাপ-২০১৯ত শ্ৰীলংকা বনাম আফগানিস্তান…

asomiyapratidin
  • ৱৰ্ল্ড কাপ-২০১৯ত মঙলবাৰে শ্ৰীলংকা বনাম আফগানিস্তান।
  • শ্ৰীলংকাই বৰ্তমানলৈ ৮টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে ১৮২ ৰান।
  • ৩৩ অভাৰত সংগ্ৰহ কৰে ১৮২ ৰান।
  • শ্ৰীলংকাৰ বেটছমেন কে পেৰেৰাই ৮১টা বলত সংগ্ৰহ কৰে ৭৮ ৰান।