উত্তৰ-পূব

নগালেণ্ডত বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকসহ দুজনক আটক…

asomiyapratidin
  • কোহিমাত জব্দ বিস্ফোৰক কঢ়িয়াই অনা এখন ট্ৰাক।
  • আছাম ৰাইফলে জব্দ কৰে ট্ৰাকখন।
  • লগতে আটক কৰে দুজন লোকক।
  • বিস্ফোৰকখিনিৰ ওজন প্ৰায় ৮০০ গ্ৰাম।
  • লগতে উদ্ধাৰ বহু আপত্তিজনক নথিপত্ৰ।