উত্তৰ-পূব

ত্ৰিপুৰাত ১৭০ কেজি গাঞ্জাসহ ৩ জনক আটক

asomiyapratidin
  • ত্ৰিপুৰাত ১৭০ কেজি গাঞ্জাসহ ৩জনক আটক।
  • বৃহস্পতিবাৰে আগৰতলা মহাৰজা বীৰ বিক্ৰম বিমান বন্দৰত জব্দ গাঞ্জাখিনি।
  • বিমান বন্দৰত থকা আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি।
  • গাঞ্জাখিনি থাৰ্মক'লৰ বাকচত সোমাই নিছিল গাঞ্জাখিনি।
  • বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে আটকাধীন লোক কেইজনক।