উত্তৰ-পূব

দক্ষিণ ত্ৰিপুৰা, ধনপুৰত অঘটনঃ চিপিআইএমৰ কৰ্মীক বিজেপি সমৰ্থকৰ প্ৰহাৰৰ অভিযোগ

Asomiya Pratidin
  • দক্ষিণ ত্ৰিপুৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত হিংসাত্মক ঘটনা।

  • এজন চিপিআইএম ৰ কৰ্মীক প্ৰহাৰ কৰিছে একাংশ লোকে।

  • চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত জনক।

  • পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত নিৰাপত্তাৰক্ষী মোতায়ন।

  • আৰক্ষীয়ে দোষীক উপযুক্ত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত পৰিস্থিতি শান্ত।

  • চিপিআইএমৰ অভিযোগ তেওঁলোকৰ সমৰ্থক জনক বিজেপিৰ সমৰ্থকে প্ৰহাৰ কৰিছে।

  • ধনপুৰ সমষ্টিতো মাৰপিটৰ ঘটনা সংঘটিত হৈছে।

  • দক্ষিণ ত্ৰিপুৰাত ৫ টা ভোট গ্ৰহণ কেন্দ্ৰত বিজেপিয়ে ৰিগিং কৰাৰ অভিযোগ চিপিআই এমৰ।

  • প্ৰশাসনে অস্বীকাৰ কৰিছে অভিযোগ।