উত্তৰ-পূব

ত্ৰিপুৰাৰ ২টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

asomiyapratidin
  • ত্ৰিপুৰাৰ ২টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা।
  • ৱেষ্ট ত্ৰিপুৰা আৰু ইষ্ট ত্ৰিপুৰাৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
  • ৱেষ্ট ত্ৰিপুৰাত সুবল ভৌমিকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে।
  • পূৰ্বে বিজেপিত আছিল সুবল ভৌমিক।
  • পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগ দিছিল তেওঁ।
  • ইষ্ট ত্ৰিপুৰা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে প্ৰজ্ঞা দেৱ বৰ্মনক।
  • প্ৰজ্ঞা দেৱ বৰ্মন ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰদ্যুৎ কিশোৰৰ জ্যেষ্ঠ ভগ্নী।