উত্তৰ-পূব

ত্ৰিপুৰাত সীমা সুৰক্ষা বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ

asomiyapratidin
  • শনিবাৰে ত্ৰিপুৰাত সীমা সুৰক্ষা বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ।
  • সীমান্তৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক বিলালে খেলৰ সামগ্ৰী।
  • বিএছএফৰ ১২০ বেটেলিয়ানে বিতৰণ কৰে এই সামগ্ৰীসমূহ।
  • নৰসিংগড়ত শনিবাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ খেল সামগ্ৰীসমূহ।
  • ছাত্ৰ-ছাত্ৰীসকলক খেল সামগ্ৰীৰ লগতে সৌৰশক্তি চালিত লেম্প বিতৰণ কৰে।