উত্তৰ-পূব

কোৰোনাৰ মানচিত্ৰত সোমাল ছিকিম! আক্ৰান্ত হ’ল প্ৰথমগৰাকী লোক…

asomiyapratidin
  • ছিকিমত প্ৰথমজন COVID 19 আক্ৰান্ত।
  • কোৰোনাত আক্ৰান্ত হৈছে এজন যুৱক।
  • যুৱকজনৰ বয়স ২৫ বছৰ।
  • তেওঁ নতুন দিল্লীৰ পৰা কিছুদিন পূৰ্বে ছিকিমলৈ আহিছিল।
  • এছটিএনএল হাস্পতালৰ আইছ'লেশ্যন ৱাৰ্ডত ভৰ্তি কৰা হৈছে ৰোগীগৰাকীক।
  • আক্ৰান্ত লোকজন দক্ষিণ ছিকিমৰ।
  • ছিকিমৰ স্বাস্থ্য বিভাগে সংবাদমেলযোগে এই তথ্য সদৰি কৰিছে।
  • অৱশ্যে বৰ্তমানো যুৱকজনৰ সৱিশেষ তথ্য জানিব পৰা হোৱা নাই।