উত্তৰ-পূব

ছিকিমৰ মংগনত খহি পৰিল ৪ মহলীয়া অট্টালিকা… VIDEO

asomiyapratidin
  • ছিকিমৰ মংগন এলেকাত সংঘটিত হৈছে ভংয়কৰ ঘটনা।
  • এলেকাটোত থকা এটা ৪ মহলীয়া অট্টালিকা খহি পৰে দেওবাৰে।
  • যোৱা কেইবাদিন ধৰি ধাৰাসাৰ বৃষ্টিপাতৰ ফলত খহি পৰে অট্টালিকাটো।