সোমবাৰে নিশা পশ্চিম ছিকিমত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।পশ্চিম ছিকিমত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল ৫জনৰ।পশ্চিম ছিকিমৰ ৰেছী বজাৰত পৰ্যটকৰ বাহন দুৰ্ঘটনাত পতিত।দুৰ্ঘটনাগ্ৰস্ত জাইল'খনত আছিল ৮জন লোক।আন ৩ জন লোক গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।