মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত অঘটন। বিজেপিৰ কাৰ্যালয়ত পেট্ৰ'ল বোমাৰে আক্ৰমণ কৰিলে কূটাঘাতকাৰীয়ে। এইপৰ্যন্ত জানিব পৰা হোৱা নাই হতাহতৰ কোনো খবৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।