উত্তৰ-পূব

দশমীৰ পিছত শ্বিলঙত চলিল চাফাই অভিযান

asomiyapratidin
  • দেশজুৰি চলিছে চাফাই অভিযান।
  • দেৱীৰ প্ৰতিমা বিসৰ্জনৰ পাছত দেওবাৰে শ্বিলঙত চাফাই অভিযান।
  • ৱাহ ওমখ্ৰাহ নদীত মেঘালয় চৰকাৰৰ এই চাফাই অভিযান।
  • শ্বিলঙৰ লগতে দেশৰ অন্য ৰাজ্যসমূহতো দশমীৰ পিছত চলোৱা হৈছে চাফাই।