উত্তৰ-পূব

অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত প্ৰতিবাদী কাৰ্যসূচীঃ কিন্তু কিহৰ বাবে এই প্ৰতিবাদ?

asomiyapratidin

ডিজিটেল ডেস্কঃ ম্যানমাৰত সামৰিক অভ্যুত্থান আৰু প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীয়ে চলোৱা অত্যাচাৰ-হত্যা আদিৰ বিৰুদ্ধে ভাৰত-ম্যানমাৰৰ সীমান্ত অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত প্ৰতিবাদী কাৰ্যসূচী।

অসম-অৰুণাচলৰ ১৫টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনে শনিবাৰে ৰূপায়ন কৰে এই প্ৰতিবাদ। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ জয়ৰামপুৰৰ দ্বিতীয় বিশ্বযুদ্ধ সমাধিক্ষেত্ৰৰ সমুখত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।