চিজুচাত অনুষ্ঠিত হোৱা পাকে পাগা হৰ্ণবিল ফেষ্টিভেলৰ আজি অন্তিম দিন৷সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু৷পৰম্পৰাগতভাৱে হেলিপেডত আদৰণি মুখ্যমন্ত্ৰী খাণ্ডুক৷দেশী-বিদেশী পৰ্যটকে ভৰি পৰিছে চিজুকা ।