উত্তৰ-পূব

এনএছচিএন মুইভা গোটৰ ছেকেণ্ড লেফটেনেন্ট মনিয়েল এনালৰ মৃত্যু…

asomiyapratidin
  • এনএছচিএন মুইভাৰ শীৰ্ষ নেতা তথা নগা আৰ্মীৰ ছেকেণ্ড লেফটেনেন্ট মনিয়েল এনালৰ মৃত্যু।
  • ইণ্ডো-ম্যানমাৰ সীমান্তত মৃত্যু হয় এনএছচিএন মুইভাৰ নেতা গৰাকীৰ।
  • শুকুৰবাৰে নিশা বিদ্ৰোহী শিবিৰত মৃত্যু হয় মনিয়েল এনালৰ।
  • অসুস্থ হৈ পৰাৰ পাছত সাঙিৰে হাস্পতাললৈ নিয়াৰ সময়ত মৃত্যু হয় তেওঁৰ।