উত্তৰ-পূব

নাগালেণ্ডত নতুনকৈ ১৯ জন লোকৰ দেহত কোৰোনা

asomiyapratidin
  • নাগালেণ্ডত নতুনকৈ ১৯ জন লোকৰ দেহত কোৰোনা।
  • এইসকল লোক নতুনকৈ সোমবাৰে আক্ৰান্ত হৈছে।
  • নাগালেণ্ডৰ স্বাস্থ্য বিভাগে এই কথা সদৰি কৰিছে।
  • ইফালে ১৯জন লোকৰ সৈতে আক্ৰান্তৰ মুঠ সংখ্যা ৪৩৪ জনলৈ বৃদ্ধি।
  • ইতিমধ্যে আৰোগ্য হৈছে ১৬৪ জন লোক।
  • চিকৎসাধীন হৈ আছে ২৭০ জন লোক।