নগালেণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে এনএছচিএন-খাপলাঙৰ এজন কেডাৰক।ৰাজ্যখনৰ থেহাখু গাঁৱত গ্ৰেপ্তাৰ কৰে কেডাৰজনক।নগালেণ্ড আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথভাৱে অভিযান চলাই কেডাৰজনক গ্ৰেপ্তাৰ কৰে।লগতে জব্দ কৰে এটা ৩২ এম এম পিষ্টল।