উত্তৰ-পূব

নাগালেণ্ডত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৪৮০ জনলৈ বৃদ্ধি

asomiyapratidin
  • নাগালেণ্ডত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ২১ জন লোক।
  • নাগালেণ্ডৰ স্বাস্থ্য বিভাগে এই তথ্য সদৰি কৰিছে।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৪৮০ জনলৈ বৃদ্ধি পাইছে।
  • এতিয়াও হাস্পতালত চিকিৎসাধীন হৈ আছে ৩১২ গৰাকী লোক।
  • আৰোগ্য হৈছে ১৬৮ জন লোক।
  • এতিয়ালৈকে ৰাজ্যখনত এজনো লোকৰ মৃত্যু হোৱা নাই।