লোকসভা নিৰ্বাচনক লৈ সকলো দলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা।আজি বিয়লি দিল্লীলৈ ৰাওনা হ'ব মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং। বিজেপিৰ সংসদীয় কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। লোকসভা নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থীক লৈ আলোচনা কৰিব বৈঠকত।