উত্তৰ-পূব

মিজোৰামত পতনৰ দিশত কংগ্ৰেছ চৰকাৰ

asomiyapratidin
  • মিজোৰামৰ ৪০খন আসনত ভোটগণনা অব্যাহত।
  • ২৪খন আসনত আগবাঢ়ি আছে এমএনএফ দলৰ প্ৰাৰ্থী।
  • ৮খন আসনত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী।
  • এখন আসনত বিজেপিৰ অগ্ৰগতি।
  • অন্যান্যৰ ৪জন প্ৰাৰ্থীৰ অগ্ৰগতি।