মিজোৰাম চৰকাৰলৈ নিৰ্বাচনী আয়োগৰ পত্ৰ।ৰাজ্যখনৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।ৰাজ্যখনৰ গৃহ বিভাগৰ প্ৰধান সচিব চুৱাংগ'ক বদলিৰ সিদ্ধান্ত আয়োগৰ।বিষয়াজনৰ যোৱা দুমাহৰ কাম-কাজক লৈ সন্তুষ্ট নহয় দেশৰ নিৰ্বাচন আয়োগ।