উত্তৰ-পূব

মিজোৰামত এম এন এফৰ অগ্ৰগতি অব্যাহত

asomiyapratidin
  • মিজোৰামত মিজো নেশ্যনেল ফ্ৰ'ন্টৰ আসনৰ অগ্ৰগতি।
  • ৰাজ্যখনৰ ২১খন আসনত এম এন এফৰ অগ্ৰগতি।
  • কংগ্ৰেছৰ ৪ খন আসনত অগ্ৰগতি।
  • বিজেপিৰ এখন আসনত অগ্ৰগতি।
  • ইফালে, নিৰ্দলীয়ৰ প্ৰাৰ্থীৰ ৭খন আসনত অগ্ৰগতি লাভ।
  • অৱশ্যে এম এন এফ এন ডি এত থকাৰ বাবে ৰাজ্যখনত বিজেপিৰ সৈতেই জয় লাভ কৰিলেও শাসক দল এম এন এফ মিত্ৰ দল হৈ থকাৰ আশা কৰা হৈছে।