উত্তৰ-পূব

মঙলবাৰৰ পৰা অনুষ্ঠিত হ’ব মিজোৰামৰ বাজেট অধিৱেশন

asomiyapratidin
  • মঙলবাৰৰ পৰা অনুষ্ঠিত হ'ব মিজোৰামৰ বাজেট অধিৱেশন।
  • আইজলত অনুষ্ঠিত হ'ব ৰাজ্যখনৰ বাজেট অধিৱেশন।
  • বিত্ত মন্ত্ৰীয়ে সদনত দাখিল কৰিব বাজেট।
  • বাজেটত দৰিদ্ৰ, নিবনুৱাসকলৰ বাবে কেইবাখনো আঁচনিৰ সম্ভাৱনা।