উত্তৰ-পূব

কেব সন্দৰ্ভত কি ক’লে মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ে…

asomiyapratidin
  • শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ৰ মন্তব্য।
  • সংবাদমাধ্যমৰ আগত মেঘালয়ৰ ৰাজ্যপালগৰাকীয়ে কয়-
  • 'কেব সঠিক দিশত লোৱা খোজ।'
  • 'এয়া বহু পূৰ্বেই হ'ব লাগিছিল।'
  • 'কেন্দ্ৰীয় চৰকাৰে কেবক সঠিকভাৱে আগুৱাই নিব বুলি মই নিশ্চিত।'