উত্তৰ-পূব

পুনৰ সক্ৰিয় হৈ উঠিছে জিএনএলএ, মেঘালয়ত অপহৰণ দুজন লোকক…

asomiyapratidin
  • মেঘালয়ত পুনৰ সক্ৰিয় হৈ উঠিছে জিএনএলএ।
  • অপহৰণ কৰিলে চালক আৰু জাইলো গাড়ীৰ মালিকক।
  • মেঘালয়ৰ তুৰা-আগিয়া এন ই চি পথৰ গাপতলিৰ পৰা অপহৰণ কৰে লোক দুজনক।
  • সোমবাৰে নিশা প্ৰায় ৯ বজাত জিএনএলএ-য়ে অপহৰণ কৰে মানকাচৰৰ চৰকাছাৰীপাৰা গাঁৱৰ মোনোৱাৰ হুছেইন আৰু মেঘালয়ৰ কোনাৰচৰ গাঁৱৰ আনোৱাৰা হুছেইনক।
  • তাৰপাছত মঙলবাৰে কিছু সময় পূৰ্বে মুকলি কৰি দিয়া হয় দুয়োকে।
  • ৩ লাখ টকাৰ বিনিময়ত মুক্তিপন লৈ মুকলি কৰি দিয়া হয় লোক দুজনক।