উত্তৰ-পূব

মেঘালয়ত আৰক্ষী-অপহৰণকাৰীৰ মাজত গুলীয়াগুলী

Asomiya Pratidin
  • মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত গুলীয়াগুলি।

  • টিক্ৰিকিল্লা এলেকাত আৰক্ষী-অপহৰণকাৰীৰ গুলীয়াগুলী।

  • এই গুলয়াগুলীত নিহত দুই অপহনকাৰী।

  • উদ্ধাৰ দুই অপহৃত ব্যক্তি।

  • নিহত অপহৰণকাৰী দুটাক বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই।

  • উদ্ধাৰ হৈছে ১ টা এ কে ৪৭,১ টা ৯ এম এম পিষ্টল, ৩২ সজীৱ আৰ ডি এছ আৰু ৩৩ টা খালী আৰ ডি এছ।