মণিপুৰত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩ জন লোক।দেওবাৰে কোৰোনাত আক্ৰান্ত হৈছে লোককেইজন।ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পাইছে।মণিপুৰৰ স্বাস্থ্য বিভাগে এই কথা সদৰি কৰিছে।