মণিপুৰত শেহতীয়াকৈ বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক।ৰাজ্য চৰকাৰে এই তথ্য প্ৰকাশ কৰিছে।মণিপুৰত এতিয়াও চিকিৎসাধীন হৈ আছে ৬৫৮ গৰাকী কোভিড-১৯ পজিটিভ ৰোগী।উল্লেখ্য যে, ৰাজ্যখনত এতিয়ালৈকে কোৰোনা ভাইৰাছ ধৰা পৰা মুঠ লোকৰ সংখ্যা ১৩১৬।