মণিপুৰত পুনৰ এজন লোকৰ দেহত কোৰোনা ভাইৰাছ।ৰাজ্য চৰকাৰে এই তথ্য সদৰি কৰিছে।ৰাজ্যখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৬০ জনলৈ।এতিয়াও মণিপুৰত চিকিৎসাধীন হৈ থকা সক্ৰিয় ৰোগীৰ সংখ্যা ৫৩ গৰাকী।