উত্তৰ-পূব

কোৰোনাত আক্ৰান্ত মনিপুৰৰ মুখ্যমন্ত্ৰী…

asomiyapratidin
  • কোৰোনাত আক্ৰান্ত মনিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং
  • ৰবিবাৰে মুখ্যমন্ত্ৰী গৰাকীৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰে ।
  • টুইট যোগে আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
  • তেওঁৰ সংস্পৰ্শলৈ অহা সকলক কোৰোনাৰ পৰীক্ষা কৰোৱাৰ লগতে কোৱাৰাইন্টাইন হ'বলৈ আহ্বান জনাই ।