মণিপুৰ কংগ্ৰেছত অভাৱনীয় সংকট।নিৰ্বাচনী বিপৰ্যয়ৰ পাছত কংগ্ৰেছৰ সন্মুখত নতুন সংকট।পদত্যাগ কৰিলে মণিপুৰৰ ১২ জন কংগ্ৰেছ বিধায়কে।দলীয় বিষয়বাবৰ পৰা পদত্যাগ কৰিলে বিধায়ককেইজনে।দলৰ বিপৰ্যয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ সিদ্ধান্ত ।