উত্তৰ-পূব

ভূমিকম্পই জোঁকাৰিলে অৰুণাচলপ্ৰদেশ…

asomiyapratidin
  • ভূমিকম্পই জোঁকাৰি গ'ল অৰুণাচলপ্ৰদেশ।
  • ৰাজ্যখনৰ চাংলাঙত অনুভূত হয় ভূমিকম্পন।
  • ৪.৪ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় চাংলাঙত।
  • সন্ধিয়া প্ৰায় ৫.৩৫ বজাত ভূমিকম্পই জোঁকাৰি যায় অৰুণাচলপ্ৰদেশ।
  • এতিয়ালৈকে কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।