উত্তৰ-পূব

হিমাচল প্ৰদেশৰ চিমলাত ভূমিস্খলন, তীব্ৰ যান জঁট

asomiyapratidin
  • হিমাচল প্ৰদেশৰ চিমলাত ভূমিস্খলন।
  • চিমলাৰ ৰামপুৰৰ ৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভূমিস্খলন।
  • নিশাৰ বৰষুণৰ পিছতে সংঘটিত হয় ভূমিস্খলন।
  • ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্থ ৩ খনকৈ বাহন।
  • আনহাতে ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰ যান জঁটৰ সৃষ্টি।
  • চলাই থকা হৈছে চাফাই অভিযান।