উত্তৰ-পূব

পশ্চিম গাৰো পাহাৰত পুনৰ ভূমিস্খলন…

asomiyapratidin
  • মেঘালয়ত অব্যাহত আছে ভূমিস্খলন।
  • মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত পুনৰ সংঘটিত হৈছে ভূমিস্খলন।
  • ছিজুৰ ওচৰৰ ৰংডং নামৰ ঠাইত এই ভূমিস্খলনৰ ঘটনা।
  • ভূমিস্খলনৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্য।
  • ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পৰাৰ সন্দেহ।
  • এখন তামুলৰ বাৰী খহি পৰিল মাটিৰ লগত।
  • ঘটনাত কোনো লোক হতাহতি হোৱা নাই যদিও সৃষ্টি হৈছে তীব্ৰ শংকা।