উত্তৰ-পূব

অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ অভিযানত নিহত ৬ NSCN -IMৰ কেডাৰ…

asomiyapratidin
  • অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ সন্ত্ৰাসবাদী বিৰোধী অভিযান।
  • অৰুণাচলৰ নুন'গু গাৱত শনিবাৰে পুৱতি নিশাৰে পৰা চলিছিল এই অভিযান।
  • ৬জনকৈ এন এছ চি এন- আই এমৰ সশস্ত্ৰ কেডাৰ নিহত।
  • ইফালে সংঘৰ্ষত আহত হৈছে অসম ৰাইফলছৰ এগৰাকী জোৱান।
  • জব্দ কৰা হৈছে বৃহত পৰিমাণৰ মাৰণাস্ত্ৰ।
  • ৪টা একে৪৭ আৰু ২টা চীনা অত্যাধুনিক পিষ্টল জব্দ।