মণিপুৰত গ্ৰেণেড নিক্ষেপ।মণিপুৰ বিধানসভা ভৱনৰ ওচৰতে থকা থাংমেইবেণ্ড ক্লাৱৰ সমীপত কোনো লোকে গ্ৰেণেড নিক্ষেপ কৰিছে।.ইম্ফল জিলাত নিক্ষেপ কৰা গ্ৰেণেডটো হস্ত নিৰ্মিত বুলি জানিব পৰা গৈছে।এই ঘটনাত আহত হৈছে দুজন চিআৰপিএফ জোৱান।