নাগালেণ্ডত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৪জন লোক।ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এই তথ্য সদৰি কৰিছে।নাগালেণ্ডত কোৰোনা ৰোগীৰ সংখ্যা ৫৩৯ গৰাকীলৈ বৃদ্ধি পাইছে।ইয়াৰে ৩৪২ গৰাকী লোক এতিয়াও চিকিৎসাধীন হৈ আছে।আনহাতে ১৯৭ গৰাকী সুস্থ হৈছে।