গোলকগঞ্জৰ জিনকাটাত গুলীচালনাৰ ঘটনা।প্ৰাক্তন আলফা নেতালৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী।সুভাষ বৰ্মন নামৰ আলফা নেতাগৰাকীৰ হাতত লাগে গুলী।দুৰ্বৃত্তই লৈ যায় বৰ্মনৰ বাইকখনো।ধনৰ লেন-দেনৰ বাবেই গুলীচালনা দুৰ্বৃত্তৰ।