উত্তৰ-পূব

মিজোৰামৰ চাম্পাইত বৃহৎ জাল নোট চক্র উৎখাত

Asomiya Pratidin
  • মিজোৰামৰ চাম্পাইত বৃহৎ জাল নোট চক্র উৎখাত

  • চম্পাই আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ জাল নোট

  • চম্পাইৰ জটলাঙৰ পৰা জব্দ ৮,৫২,৫০০ টকাৰ জাল নোট

  • জাল নোটসহ ৬জন লোকক গ্রেপ্তাৰ

  • ধৃত লাল্টলানজোভা, লালুননজাউভা, লালহৃয়াট পুইয়া

  • ধৃত লালথাং মাওইয়া, ৰোছাং জুৱাল আৰু লালবিয়াক্ট লুৱাংগা