ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ ক্ৰমে- তেলেংগানা, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু মিজোৰামৰ ভোটগণনা অব্যাহত আছে। এই ৰাজ্যসমূহৰ কেবাখনো আসনৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে।
- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ১৯৯।
- ফলাফল ঘোষিত হোৱা আসন- ৫।
- কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ৩।
- বিজেপিয়ে বিজয় সাব্যস্ত কৰা আসন- ২।
- বিজেপি আগবাঢ়ি আছে ৭৩খনত।
- কংগ্ৰেছ আগবাঢ়ি আছে ৯৭খনত।
- অন্যান্য আগবাঢ়ি আছে ২৪খনত।
- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ২৩০।
- ফলাফল ঘোষণা হোৱা আসন- ০।
- বিজেপি আগবাঢ়ি আছে ১০৪খনত।
- কংগ্ৰেছ আগবাঢ়ি আছে ১১৫খনত।
- অন্যান্য আগবাঢ়ি আছে ১১খনত।
- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ১১৯।
- ফলাফল ঘোষিত হোৱা আসন- ১৫।
- টি আৰ এছে বিজয় সাব্যস্ত কৰা আসন- ১০।
- কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ২।
- বিজেপিয়ে বিজয় সাব্যস্ত কৰা আসন- ০।
- অন্যান্যই বিজয় সাব্যস্ত কৰা আসন- ৩।
- টিআৰএছ আগবাঢ়ি আছে ৭৭খনত।
- কংগ্ৰেছ আগবাঢ়ি আছে ২১খনত।
- অন্যান্য আগবাঢ়ি আছে ৬খনত।
- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ৯০।
- ফলাফল ঘোষিত হোৱা আসন- ০।
- বিজেপি আগবাঢ়ি আছে ১৭খনত।
- কংগ্ৰেছ আগবাঢ়ি আছে ৬৭খনত।
- অন্যান্য আগবাঢ়ি আছে ৬খনত।
- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ৪০।
- ফলাফল ঘোষিত হোৱা আসন- ৩৫।
- কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ৬।
- এম এন এফে বিজয় সাব্যস্ত কৰা আসন- ২০।
- এম এন এফ আগবাঢ়ি আছে ৫খনত।